Sunday, March 26, 2023
HomeAssameseনগাওঁ‌ জিলাৰ দক্ষিণপাট অঞ্চলত প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ

নগাওঁ‌ জিলাৰ দক্ষিণপাট অঞ্চলত প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ

সমগ্ৰ ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ । একেৰাহে হৈ থকা বৰষুণত ৰাজ্যৰ বহু অঞ্চল বৰ্তমানে পানীৰ তলত ।
নগাওঁ‌ জিলাৰ দক্ষিণপাট অঞ্চলত প্ৰলয়ংকাৰী বানে জনজীৱন দুৰ্বিহ কৰি তুলিছে । ৰাজপথৰ ওপৰেৰে বাগৰিছে পানী । অংগণবাদী কেন্দ্ৰ , স্কুলঘৰত আশ্ৰয় লব লগা হৈছে বন্যাৰ্তই ।

এয়া নগাওঁ‌ৰ বন্যাৰ্তৰ বেদনাদায়ক ছবি । এমুঠি অন্ন , এটুকুৰা আশ্ৰয়স্থলৰ বাবে হামৰাও কাঢ়িব লগা অৱস্থা হৈছে জনতাৰ । কিন্ত এই দুৰ্দশা সময়ত খৱৰ লবলৈ আহৰি কোনো এটা ৰাজনৈতিক দলৰে জনপ্ৰতিনিধি বা নেতা পালিনেতাৰ । প্ৰশ্ন উঠিছে , প্ৰতিবছৰে এনে আতংকৰ সৃষ্টি কৰি অহা বান সমস্যাৰ এটা স্থায়ী সমাধান কেতিয়া ওলাব ।

News Desk, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments