নগাওঁ‌ত বন্ধ সমৰ্থকৰে আৰক্ষীৰ হতাহতি ! আটক প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন

0
859

 

নগাঁৱত আৰক্ষীৰে হতা-হতি বন্ধ সমৰ্থকৰ।১৪৪ ধাৰা ভংগৰ অপৰাধত আটক প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন,প্ৰাক্তন বিধায়ক ডঃ দুৰ্লভ চমুৱা জিলা সভাপতি তপন শৰ্ম্মা কে ধৰি ভালে সংখ্যক কংগ্ৰেছৰ কৰ্মী।

নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ দক্ষিণপাট টেম্পো ষ্টেণ্ডত ৰকিবুল হুছেইনকে প্ৰমুখ্যে কৰি বন্ধ সমৰ্থকক আটক কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

আদিল শ্বাহ , নগাওঁ‌ Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here