ধেমাজিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল চাইকেল ৰেলী

0
171

ধেমাজিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল চাইকেল ৰেলী

ধেমাজিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল চাইকেল ৰেলী।বাইচাইকেল চলাই ৰোড শ্বত অংশ গ্ৰহণ কৰে মন্ত্ৰী শৰ্মাই ৷ প্ৰায় তিনিসহস্ৰাধিক বিজেপি কৰ্মীয়েঅংশগ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল চাইকেল ৰেলীত।

২০ কিলোমিটাৰ ৰোড শ্বত চাইকালেৰে অংশ লৈ নিৰ্বাচনৰ ৰণ ডংকা বজাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
News Desk Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here