ধেমাজিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল চাইকেল ৰেলী
ধেমাজিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল চাইকেল ৰেলী।বাইচাইকেল চলাই ৰোড শ্বত অংশ গ্ৰহণ কৰে মন্ত্ৰী শৰ্মাই ৷ প্ৰায় তিনিসহস্ৰাধিক বিজেপি কৰ্মীয়েঅংশগ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল চাইকেল ৰেলীত।
২০ কিলোমিটাৰ ৰোড শ্বত চাইকালেৰে অংশ লৈ নিৰ্বাচনৰ ৰণ ডংকা বজাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
News Desk Ne India