Thursday, March 16, 2023
HomeAssameseধলা শদিয়াৰ ডঃ ভুপেন হাজৰিকা সেতুৰ সমীপত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ

ধলা শদিয়াৰ ডঃ ভুপেন হাজৰিকা সেতুৰ সমীপত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ

ধলা শদিয়াৰ ডঃ ভুপেন হাজৰিকা সেতুৰ সমীপত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ 

তিনিচুকীয়া জিলাৰ ধলা-শদিয়া সংযোগী পথৰ ডঃভূপেন হাজৰিকা সেঁতুৰ সমীপৰ খেৰবাৰী তিনিআলিত মঙ্গলবাৰে সংঘটিত হৈছিল এক শোকাবহ পথ দুৰ্ঘটনা ।
এই পথ দূৰ্ঘটনা সংঘটিত কৰি আৰক্ষী বাহন খন পলায়ন কৰে ।
এই ঘটনাৰ প্ৰতিবাদত বুধবাৰে পূৱাৰে পৰাই প্ৰতিবাদত নামি পৰিল স্থানীয় ৰাইজ।
মঙলবাৰৰ উক্ত দূৰ্ঘটনাটোত তিনিচুকীয়া জিলাৰ ছৈখোৱাৰ আৰৈমুৰীয়া গাঁৱৰ ইলাৱন্ত সোনোৱাল(৮২)নামৰ এগৰাকী বৃদ্ধ লোকৰ মৃত্যু ঘটে।

আৰক্ষীৰ গাড়ীয়ে বিপৰীত দিশেৰে আহি দূৰ্ঘটনা সংঘটিত কৰি পলাই যোৱাৰ প্ৰতিবাদত বুধবাৰে পথ অৱৰোধ কৰে ৰাইজে । এঘণ্টা প্ৰতিবাদ কৰাৰ অন্তত ডুমডুমাৰ চক্ৰ বিষয়াক এখন দাবী পত্ৰ দিয়াৰ পিছতে পথ অৱৰোধ উঠাই লয় প্ৰতিবাদকাৰী সকলে ।

ৰন্টু বৰশইকীয়া, তিনিচুকিয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments