ধনশিৰিত চোৰাং কাঠৰ সৰবৰাহ
নাগালেণ্ড আৰু গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ মাজেৰে চোৰাং কাঠৰ ট্ৰাক জব্দ কৰা হয়। বুধবাৰে নিশা AS01DD7573 নামৰ ট্ৰাক খনত কাঠ কঢ়িয়াই অনা বুলি সন্দেহ প্ৰকাশ কৰা হয়। ধনশিৰি মহকুমাৰ চুতীয়া ছাত্ৰ সস্থাই সোধপোচ কৰাত ট্ৰাক খনৰ তথ্য পোহৰলৈ আহে। গাড়ী খনৰ কোনো নথি পত্ৰ নাই। গাড়ী খনত প্ৰায় ২০ লক্ষাধিক টকাতকৈও অধিক কাঠ থকা বুলি জানিব পৰা গৈছে। পিছত চুতীয়া ছাত্ৰ সস্থাই চোৰাং কাঠৰ গাড়ী খন বৰপথাৰ আৰক্ষীক গতাই দিয়ে।
অদিতি বৰা, গোলাঘাট, Ne India
অদিতি বৰা, গোলাঘাট, Ne India