Wednesday, March 29, 2023
HomeAssameseদৰং জিলা চৰকাৰী গ্ৰাম্য পুথিভঁৰাল কৰ্মচাৰীৰ সজাগতা মূলক শোভাযাত্ৰা

দৰং জিলা চৰকাৰী গ্ৰাম্য পুথিভঁৰাল কৰ্মচাৰীৰ সজাগতা মূলক শোভাযাত্ৰা

দৰং জিলা চৰকাৰী গ্ৰাম্য পুথিভঁৰাল কৰ্মচাৰীৰ সজাগতা মূলক শোভাযাত্ৰা ৷

পুথিভঁৰাললৈ আহক কিতাপ পঢ়ক ৷

কিতাপ অধ্যয়নৰ সজাগতা মূলক শোভাযাত্ৰা ৷

মঙলদৈ চহৰৰ মাজেৰে জিলা চৰকাৰী গ্ৰাম্য পুথিভঁৰাল কৰ্মচাৰীৰ সজাগতা মূলক শোভাযাত্ৰা ৷ ছাত্ৰছাত্ৰী তথা নৱপ্ৰজন্মক কিতাপৰ প্ৰতি আকৰ্ষণ বৃদ্ধিৰ বাবে এই সজাগতামূলক শোভাযাত্ৰা ৷

যিটো সময়ত যুৱপ্ৰজন্ম ইলেক্ট্ৰনিক মেডিয়াৰ প্ৰতি আকৰ্ষিত হৈছে তেনে সময়তে গ্ৰাম্য পুথিভঁৰাল কৰ্মচাৰীৰ সজাগতা মূলক শোভাযাত্ৰাই দৃষ্টি আকৰ্ষণ কৰিছে৷

পংকজ সৰকাৰ, মঙ্গলদৈ, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments