দৰং জিলাৰ চাৰিগৰাকীলৈ PM Cares আচনিৰ অনুমোদন ৷
দৰং জিলা উপায়ুক্তৰ সভাকক্ষত প্ৰদান কৰে আচনিৰ ধন ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিও বাৰ্তাৰ জৰিয়তে হিতাধিকাৰী সকলক শুভেচ্ছা জনালে ৷
ক’ভিড মহামাৰীত নিহত পিতৃ-মাতৃৰ দূৰ্ভগীয়াৰ সন্তানক ১০ লাখ টকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধনাদেশ প্ৰদান ৷
ক’ভিড মহামাৰীত নিহত পিতৃ-মাতৃৰ দূৰ্ভগীয়াৰ সন্তানক ১৮ বছৰলৈ শিক্ষা,স্বাস্থ্যৰ দায়িত্ব PM Cares scheme অন্তৰ্ভুক্ত হ’ব ৷