ৰাজহ মন্ত্ৰী যোগেন মহনে পৰিদৰ্শন কৰিলে ভেবাৰঘাট প্ৰাথমিক বিদ্যালয় ৷
প্ৰাৰ্থনা সভাত ধলি পৰিল এগৰাকী ছাত্ৰী ৷
বৃহস্পতি বাৰে জিলাখনৰ ভেবাৰঘাট প্ৰাথমিক বিদ্যালয়ত
উপস্থিত হৈ ৰাজহ মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে এই গুণোৎসবৰ জৰিয়তে চৰকাৰী বিদ্যালয় সমূহ শিক্ষাৰ দিশত আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হ’ব বুলি প্ৰকাশ কৰিলে।
আনহাতে দৰং জিলাত শিক্ষা বিষয়া অবিহনে চলি আছে বিদ্যালয় সমূহ ৷ খালী হৈ থকা পদ সমুহত শীঘ্ৰে নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাব বুলি প্ৰকাশ মন্ত্ৰী গৰাকীৰ ৷
পংকজ সৰকাৰ ,মঙ্গলদৈ , Ne India News