ইয়াং ষ্টাৰ ক্লাবৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এদিনীয়া কাৰ্যসূচিৰে আয়োজন কৰিলে হেপাহৰ ৰঙালী বিহুটি ৷
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটি মাত্ৰ আহ্বানৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যৰ প্ৰান্তেপ্ৰান্তে বিভিন্ন ভাষাভাষী লোকৰ মাজত পালন কৰা দেখা গ’ল ৰঙালী বিহু ৷ পিছপৰি নৰ’ল মঙলদৈ মোৱামৰিৰ ৰাইজ ৷
ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে ৰূপায়নৰ কৰিছে হেপাহৰ বিহুটি ৷
পংকজ সৰকাৰ ,মঙ্গলদৈ , Ne India News