দ্বিতীয় বাৰ্ষিক মোৱামৰী আঞ্চলিক ৰঙালী বিহু উদযাপন

74

ইয়াং ষ্টাৰ ক্লাবৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এদিনীয়া কাৰ্যসূচিৰে আয়োজন কৰিলে হেপাহৰ ৰঙালী বিহুটি ৷

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটি মাত্ৰ আহ্বানৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যৰ প্ৰান্তেপ্ৰান্তে বিভিন্ন ভাষাভাষী লোকৰ মাজত পালন কৰা দেখা গ’ল ৰঙালী বিহু ৷ পিছপৰি নৰ’ল মঙলদৈ মোৱামৰিৰ ৰাইজ ৷

ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে ৰূপায়নৰ কৰিছে হেপাহৰ বিহুটি ৷

পংকজ সৰকাৰ ,মঙ্গলদৈ , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here