শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:
১৮ জেঠ, বৃহস্পতিবাৰ ইং ২ জুন
২০২২।
সূৰ্য্যোদয় ঘ:- ৪/৩৫/৪২, সূৰ্য্যাস্ত ঘ:- ৬/৫/৩৭
ৰাশি:- মিথুন ৰাশি।
তিথি :- শুক্লা তৃতীয়া, ৰা:ঘ:- ৯/১৫/২০ লৈ।
নক্ষত্ৰ :- আৰ্দ্ৰা। ঘ:- ১/৪৯/০।
শুভ সংখ্যা:- ৬/৯
শুভ ৰং:- ৰঙা/ সোণালী ।
আদ্যঋতু হলে :- কান্তা যোগ।
মৰণত দোষ:- নাই । ঘ:- ১/৪৯/১০ যোৱাত দ্বিপদ।
যাত্ৰা:- অগ্নি কোনত নাই, ৰা:ঘ:- ৯/১৫/২০ যোৱাত নৈঋত কোনত নাই ।
যোগিনী :- অগ্নি কোনত, ৰা:ঘ:- ৯/১৫/২০ যোৱাত নৈঋত কোনত ।
ভক্ষাভক্ষ :- পটল খোৱা নিষেধ। ৰা:ঘ:- ৯/১৫/২০ যোৱাত মূলা খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ
ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ মনৰ আশা পুৰণ হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি( উ,ব,ই) : – বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ধন আগমন।বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি ( ক,ছ) : – মিথুন ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব যদিও আজি আপুনি ভ্ৰমণৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হব।
৪. কৰ্কট ৰাশি( ড,হ) : – কৰ্কত ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত আনক সহায় কৰাৰ মনোভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায়ত দিশত সফলতা লাভ কৰিব, লগতে কৰ্মত সফলতা লাভ কৰিব লগতে আজি আপোনাৰ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, লগতে আজি আপোনাৰ মনত কল্পনা শক্তি প্ৰৱল হোৱৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপুনি কৰ্মতে তীব্ৰতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত
সংগীত শিল্পী সকলৰ শুভ হব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰ সজাগ নহলে দেহ মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায় ।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, লগতে আজি আপোনাৰ স্বাস্থ্যৰ উন্নতি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত উন্নতি হব, মনত আনন্দ বাঢ়িব, লগতে প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত সম্পদ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সকলো দিশতে সজাগ হোৱাটো ভাল হব।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
( আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰৰ সহায় “কোষ্ঠী প্ৰস্তুত” কৰা হয়। )
Ph no –9101096481
Wp no – 9577136205