Saturday, March 18, 2023
HomeAssameseদৈনিক ৰাশি ফল ! ১৬ জেঠ, মঙলবাৰ ইং ৩১ মে, ২০২২

দৈনিক ৰাশি ফল ! ১৬ জেঠ, মঙলবাৰ ইং ৩১ মে, ২০২২

শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:

১৬ জেঠ, মঙলবাৰ ইং ৩১ মে,
২০২২।
সূৰ্য্যোদয় ঘ:- ৪/৩৫/৫০, সূৰ্য্যাস্ত ঘ:- ৬/৪/৪৬
ৰাশি:- বৃষ ৰাশি। ৰা:ঘ:- ৯/৫৬/৪০ যোৱাত মিথুন ৰাশি।
তিথি :- শুক্লা প্ৰতিপদ, আ:ঘ:- ৫/১৫/১০ লৈ।
নক্ষত্ৰ :- ৰোহিনী । ঘ:- ৮/৪১/২৮।
শুভ সংখ্যা:- ৫/২
শুভ ৰং:- বগা/ সোণালী ।
আদ্যঋতু হলে :- প্ৰতিহিতা যোগ।
মৰণত দোষ:- এপদ দোষ। আ:ঘ:- ৫/১৫/১০যোৱাত দ্বিপদ।
যাত্ৰা:- পূৱ দিশত নাই, আ:ঘ:- ৫/১৫/১০ যোৱাত উত্তৰ দিশত নাই ।
যোগিনী :- পূৱ দিশত , আ:ঘ:- ৫/১৫/১০ যোৱাত উত্তৰ দিশত ।
ভক্ষাভক্ষ :- কোমোৰা নিষেধ। আ:ঘ:- ৫/১৫/১০ যোৱাত তিতা খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ
ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, মনৰ আশ পুৰণ হব, লগতে আজি আপোনাৰ ঘৰুৱা দিশত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি( উ,ব,ই) : – বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা সুখ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনৰ আশ ভংগ হব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

৩. মিথুন ৰাশি ( ক,ছ) : – মিথুন ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ যশস্যা লাভ হব, কৰ্মত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ সন্তানৰ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি( ড,হ) : – কৰ্কত ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত ভ্ৰমণত সফল হব, যদিও আজি আপুনি সজাগ নহলে আনৰ পৰা বেয়া ব্যৱহাৰ পোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সফল হব, যদিও আজি আপুনি সজাগ নহলে শত্ৰু বাঢ়িব হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব, প্ৰেমত শুভ হব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত দ্বায়িত্ব বাঢ়িব, শিক্ষাৰ্থী সকলক শুভ হব, লগতে আজি আপোনাৰ কৰ্মত সফল হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত খেলুৱৈ সকলৰ শুভ হব, ব্যৱসায়িক দিশত শুভ হব, লগতে আজি আপোনাৰ প্ৰেমত ক্ষেত্ৰত মধ্যম হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, সন্মান লাভ হব, যদিও আজি আপুনি সজাগ নহলে আনৰ অবিশ্বাসী হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য মিচা অপৱাদ পোৱৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত ধন আগমন বাঢ়িব, লগতে আজি আপুনি শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায।

১২. মীন ৰাশি– ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, বন্ধু লাভ হব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায ।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: জ্যোতিষী :-

শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯

( আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰৰ সহায় “কোষ্ঠী প্ৰস্তুত” কৰা হয়। )

Ph no –9101096481
Whatsapp no – 9577136205

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments