শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:
১৫ জেঠ, সোমবাৰ ইং ৩০ মে,
২০২২।
সূৰ্য্যোদয় ঘ:- ৪/৩৫/৫৪ , সূৰ্য্যাস্ত ঘ:- ৬/৪/২১
ৰাশি:- বৃষ ৰাশি।
তিথি :- অমাৱস্যা , ঘ:- ৩/৪১/৩৯ লৈ।
নক্ষত্ৰ :- কৃত্তিকা। প্ৰা:ঘ:- ৬/২৬/২৬।
শুভ সংখ্যা:- ৫/২
শুভ ৰং:- বগা/ সোণালী ।
আদ্যঋতু হলে :- প্ৰতিহিতা যোগ।
মৰণত দোষ:- দ্বিপদ দোষ। প্ৰা:ঘ:- ৬/২৬/২৬ যোৱাত নাই।
যাত্ৰা:- ঈশান কোনত নাই, ঘ:- ৩/৩১/৩৯ যোৱাত পূৱ দিশত নাই ।
যোগিনী :- ঈশান কোনত , ঘ:- ৩/৩১/৩৯ যোৱাত পূৱ দিশত ।
ভক্ষাভক্ষ :- মাছ মাংস খোৱা নিষেধ। ঘ:- ৩/৩১/৪১ যোৱাত কোমোৰ খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ
ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ হব, কৰ্ম ব্যস্ততা বাঢ়িব , লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি( উ,ব,ই) : – বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত সুখ বাঢ়িব যদিও আজি আপুনি কৰ্মক্ষেত্ৰ সকলো দিশতেই সজাগ হোৱাটো ভাল হব।
৩. মিথুন ৰাশি ( ক,ছ) : – মিথুন ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত সন্তানৰ সুখ বাঢ়িব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি( ড,হ) : – কৰ্কত ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত ভ্ৰমণত সুখ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য বা বিশ্চেদ হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, কৰ্মত শুভ হব, সন্মান লাভ হব, লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব যদিও আজি আপুনি সজাগ নহলে ভ্ৰমণ আৰু দেহ মনত সামান্য কষ্ট হোৱৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ধন – সন্মান বাঢ়িব, লগতে আজি আপোনাৰ স কৰ্ম ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সফল হব, যদিও আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ছাত্ৰছাত্ৰীসকল সকলৰ শুভ হব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকাসকলৰ আজিৰ দিনটোত শিল্প সকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত আৰ্থিক দিশত শুভ হব, যদিও আজি আপোনাৰ মনত সামান্য চিন্তাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায।
১২. *মীন ৰাশ
( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুকৈ কৰ্ম লাভ হব পাৰে, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায ।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
( আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰৰ সহায় “কোষ্ঠী প্ৰস্তুত” কৰা হয়। )
Ph no –9101096481
Wp no – 9577136205