Saturday, March 25, 2023
HomeAssameseদৈনিক ৰাশি ফল ! ১৪ জেঠ, ৰবিবাৰ ইং ২৯মে, ২০২২

দৈনিক ৰাশি ফল ! ১৪ জেঠ, ৰবিবাৰ ইং ২৯মে, ২০২২

শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:

১৪ জেঠ, ৰবিবাৰ ইং ২৯মে,
২০২২।
সূৰ্য্যোদয় ঘ:- ৪/৩৫/৫৮ , সূৰ্য্যাস্ত ঘ:- ৬/৩/৫৫
ৰাশি:- মেষ ৰাশি। ঘ:- ১১/২/৩৫ যোৱাত বৃষ ৰাশি।
তিথি :- কৃষ্ণা চতুৰ্দশী, ঘ:- ২/৮/২৭ লৈ।
নক্ষত্ৰ :- কৃত্তিকা। অহোৰাত্ৰ।
শুভ সংখ্যা:- ৪/১
শুভ ৰং:- ৰঙা/ধোৱাবৰণ।
আদ্যঋতু হলে :- প্ৰতিহীনা যোগ।
মৰণত দোষ:- পূৰ্ণ দোষ। ঘ:- ২/৮/২৭ যোৱাত ত্ৰিপদ।
যাত্ৰা:- পশ্চিম দিশত নাই, ঘ:- ২/৭/২৮ যোৱাত ঈশান কোনত নাই ।
যোগিনী :- পশ্চিম দিশত , ঘ:- ২/৭/২৮ যোৱাত ঈশান কোনত ।
ভক্ষাভক্ষ :- মাটিমাহ, মাছ মাংস খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ
ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব লগতে আজি আপোনাৰ ঘৰুৱা দিশত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি( উ,ব,ই) : – বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ঘৰত সুখ শান্তি বাঢ়িব যদিও সজাগ নহলে মনৰ আশা ভংগ হব পাৰে লগতে সজাগ নহলে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি ( ক,ছ) : – মিথুন ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, লগতে আজি আপোনাৰ কৰ্মত যশস্যা বৃদ্ধি হোৱাটো ভাল হব।

৪. কৰ্কট ৰাশি( ড,হ) : – কৰ্কত ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ যশস্যা বাঢ়িব, সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ ৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশি(ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সফল হব, ধন সন্মান লাভ হব, লগতে আজি আপোনাৰ দ্ৰব্য লাভ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ বাঢ়িব, সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য বিৰোধীৰ সন্মুখীন হোৱৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, ধন সন্মান বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মত দ্বায়িত্ব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ উন্নতি হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনৰ আশ ভংগ হব পাৰে, লগতে আজি আপুনি সিদ্ধান্ত গ্ৰহণ কৰোতে সজাগ হোৱাটো ভাল হব।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব,পাৰিবাৰিক দিশত শুভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য মনৰ অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ উন্নতি হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মিচ অপৱাদ পোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত ধন আগমন বাঢ়িব, কৰ্মত সামান্য পৰিবৰ্তন আহিব পাৰে,যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায।

১২. মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, বন্ধু লাভ হব যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায ।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: জ্যোতিষী :-

শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯

( আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰৰ সহায় “কোষ্ঠী প্ৰস্তুত” কৰা হয়। )

Ph no -9101096481
Whatsapp no – 9577136205

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments