Tuesday, March 21, 2023
HomeAssameseদৈনিক ৰাশি ফল ! ১২ জেঠ, শুক্ৰবাৰ ইং ২৭ মে, ২০২২

দৈনিক ৰাশি ফল ! ১২ জেঠ, শুক্ৰবাৰ ইং ২৭ মে, ২০২২

শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:

১২ জেঠ, শুক্ৰবাৰ ইং ২৭ মে,
২০২২।
সূৰ্য্যোদয় ঘ:- ৪/৩৬/৬ , সূৰ্য্যাস্ত
ঘ:- ৬/৩/৫
ৰাশি:- মেষ ৰাশি।
তিথি :- কৃষ্ণা দ্বাদশী, ঘ:- ১২/৪৪/০ লৈ।
নক্ষত্ৰ :- অশ্চিনী। ৰা:ঘ:- ৩/৯/১৯ লৈ ।
শুভ সংখ্যা:- ২/৬
শুভ ৰং:- বগা / চিত্ৰ বিচিত্ৰ।
আদ্যঋতু হলে :- দু:শীলা যোগ।
মৰণত দোষ:- এপদ।ঘ:- ১২/৪৪/০ যোৱাত নাই।
যাত্ৰা:- নৈঋত কোনত নাই, ঘ:- ১২/৪৪/০ যোৱাত দক্ষিণ দিশত নাই ।
যোগিনী :- নৈঋত কোনত , ঘ:- ১২/৪৪/০ যোৱাত দক্ষিণ দিশত ।
ভক্ষাভক্ষ :- পূৰৈ শাক খোৱা নিষেধ। ঘ:- ১২/৪৫/০ যোৱাত বেঙেনা খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ
ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, আপুনি শুভ কৰ্মলৈ নিমন্ত্ৰিত হব পাৰে, লগতে আজি আপোনাৰ সামান্য কৰ্মস্থান পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি( উ,ব,ই) : – বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, ব্যৱসায়ত উন্নতি হব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি ( ক,ছ) : – মিথুন ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, যদিও আজি আপোনাৰ মনত সামান্য অহংকাৰী ভাৱ আহিব পাৰে লগতে আজি আপুনি মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

৪. কৰ্কট ৰাশি( ড,হ) : – কৰ্কত ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, কৰ্মত জনপ্ৰিয়তা লাভ হব, যদিও আজি আপুনি সজাগ নহলে প্ৰেমত সামান্য জতিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, বন্ধু লাভ হব,লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব,যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বাঢ়িব,লগতে আজি আপোনাৰ সামান্য কৰ্ম পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, ৰোগাৰোগ্য হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য প্ৰতাৰিত হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আদৰ্শগত মনোভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হব, লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত সম্পত্তি বাঢ়িব, সমস্যাৰ সমাধান হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য গুৰুত্ব কমিব পাৰে।

১২. মীন ৰাশি– ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুত, সন্মান বাঢ়িব,কৰ্মত সফল হব যদিও আজি আপুনি প্ৰেমৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হব।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: জ্যোতিষী :-

শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯

( আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়। লগতে
কম্পিউটাৰৰ সহায় “কোষ্ঠী প্ৰস্তুত” কৰা হয়। )

Ph no –9101096481
Whatsapp no – 9577136205

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments