Tuesday, March 21, 2023
HomeAssameseদৈনিক ৰাশি ফল ! ১১ জেঠ, বৃহস্পতিবাৰ ইং ২৬ মে, ২০২২

দৈনিক ৰাশি ফল ! ১১ জেঠ, বৃহস্পতিবাৰ ইং ২৬ মে, ২০২২

শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:

১১ জেঠ, বৃহস্পতিবাৰ ইং ২৬ মে,
২০২২।
সূৰ্য্যোদয় ঘ:- ৪/৩৬/১০ , সূৰ্য্যাস্ত
ঘ:- ৬/২/৪০
ৰাশি:- মীন ৰাশি।ৰা:ঘ:- ২/১৩/৩৮ যোৱাত মেষ ৰাশি।
তিথি :- কৃষ্ণা একাদমী, ঘ:- ১২/৪৭/২ লৈ।
নক্ষত্ৰ :- ৰেৱতী। ৰা:ঘ:- ২/১৩/৩৮ লৈ ।
শুভ সংখ্যা:- 6/8
শুভ ৰং:- ৰঙা / সেউজীয়া
আদ্যঋতু হলে :- দু:শীলা যোগ।
মৰণত দোষ:- নাই।ৰা:ঘ:- ১২/৪৭/২ যোৱাত এপদ।
যাত্ৰা:- অগ্নি কোনত নাই, ঘ:- ১২/৫৭/২ যোৱাত নৈঋত কোনত নাই ।
যোগিনী :- অগ্নি কোনত , ঘ:- ১২/৫৭/২ যোৱাত নৈঋত কোনত।
ভক্ষাভক্ষ :- উৰহী খোৱা নিষেধ। ঘ:- ১২/৪৭/২ যোৱাত পূৰৈ শাক খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ
ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ হব, শুভ সংবাদ লাভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি( উ,ব,ই) : – বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, শুভ সংবাদ লাভ হব, লগতে আজি আপোনাৰ নতুন কৰ্মত যোগাযোগ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি ( ক,ছ) : – মিথুন ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, কৰ্মত সন্মন লাভ হব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

৪. কৰ্কট ৰাশি( ড,হ) : – কৰ্কত ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত নতুন কৰ্ম লাভ হব, পদবী লাভ হব পাৰে , যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত পাৱলগীয়া ধন আজি ঘুৰাই পাৱ পাৰে, পাৰিবাৰিক সুখ বৃদ্ধি হব , যদিও আজি আপুনি আপোনাৰ নিজৰ ভুল কৰ্ম বা সিদ্ধান্তৰ বাবে অনুতপ্ত হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, কৰ্যত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে সামান্য ঘৰুৱা কৰ্মত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে আজি আপুনি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোতে সজাগ আৰু সচেতন হোৱাটো ভাল হব।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব , ৰোগাৰোগ্য হব, যদিও আজি আপুনি সজাগ নহলে শৰীৰৰ সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে লগতে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ উন্নতি হব, ধন আগমন বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হব।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত শিল্পী সকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মিচা অপৱাদ পাৱ পালে লগতে আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হব।

১২. মীন ৰাশি– ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, যদিও আজি আপোনাৰ কৰ্মত সামান্য সাহস কমিব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: জ্যোতিষী :-

শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯

( আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰৰ সহায় “কোষ্ঠী প্ৰস্তুত” কৰা হয়। )

Ph no –9101096481
Whatsapp no – 9577136205

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments