Thursday, March 30, 2023
HomeAssameseদৈনিক ৰাশি ফল , ১০ জেঠ, বুধবাৰ ইং ২৫ মে, ২০২২

দৈনিক ৰাশি ফল , ১০ জেঠ, বুধবাৰ ইং ২৫ মে, ২০২২

শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:

১০ জেঠ, বুধবাৰ ইং ২৫ মে,
২০২২।
সূৰ্য্যোদয় ঘ:- ৪/৩৬/১৪ , সূৰ্য্যাস্ত
ঘ:- ৬/২/১৫
ৰাশি:- মীন ৰাশি।
তিথি :- কৃষ্ণা দশমী, ঘ:- ১/২০/১৮লৈ।
নক্ষত্ৰ :- উত্তৰভাদ্ৰপদ । ৰা:ঘ:- ১/৪৮/১৭ লৈ ।
শুভ সংখ্যা:- ৭/২
শুভ ৰং:- বগা/ হালধীয়া।
আদ্যঋতু হলে :- দূৰ্ভগা যোগ।
মৰণত দোষ:- নাই।
যাত্ৰা:- উত্তৰ দিশত নাই, ঘ:- ১/২০/১৮ যোৱাত অগ্নি কোনত নাই ।
যোগিনী :- উত্তৰ দিশত , ঘ:- ১/২০/১৮ যোৱাত অগ্নি কোনত ।
ভক্ষাভক্ষ :- কলমৌ খোৱা নিষেধ। ঘ:- ১/২০/১৮ যোৱাত উৰহী খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ
ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্তা বাঢ়িব, আয় বাঢ়িব, লগতে আজি আপোনাৰ সম্পদ লাভ হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি( উ,ব,ই) : – বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, সন্মান বাঢ়িব, যদিও আজি আপোনাক ত্যাগী মনোভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি ( ক,ছ) : – মিথুন ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, বন্ধু লাভ হব যদিও আজি আপুনি সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি( ড,হ) : – কৰ্কত ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে আজি আপোনাৰ শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ধন আগমন বাঢ়িব, কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য অস্থিৰতা আহিব পাৰে, সজাগ নহলে সামান্য মিচা অপৱাদ পাৱ পাৰে, লগতে আজি আপুনি সজাগ নহলে প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত সম্পদ লাভ হব, লগতে আজি আপোনাৰ সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত
ৰোগাৰোগ্য হব, আত্মীয়ৰ আগমন হব যদিও আজি আপুনি আপোনাৰ মনৰ গোপন কথা আনক কোৱাৰ পৰা বিৰত থাকিব।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত ন্যায় লাভ কৰিব,কৰ্মত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকাসকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ বাঢ়িব, যদিও আজি আপোনাৰ শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হব।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত শিল্পী সকলৰ শুভ হব, যদিও আজি আপুনি সজাগ নহলে মনৰ উৎসাহ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, বন্ধু লাভ হব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

    জ্যোতিষী

শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
নৱগ্ৰহ জ্যোতিষালয় ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯

( আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰৰ সহায় “কোষ্ঠী প্ৰস্তুত” কৰা হয়। )

Ph no –9101096481
Whatsap no – 9577136205

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments