দেশৰ ৰাজধানীত হত্যাৰ বলি উত্তৰ-পূবৰ যুৱক

0
987

 

 

দেশৰ ৰাজধানীত হত্যাৰ বলি উত্তৰ-পূবৰ যুৱক
National desk NE India: ৰাজধানী দিল্লীত উত্তৰপূবৰ যুৱকৰ ওপৰত আক্ৰমণ । এইবাৰ আক্ৰমণৰ বলি হল মণিপুৰৰ ছুইহামাই খংগ্ৰাহ । দক্ষিণ দিল্লীৰ ছানলাইট কলনীৰ ভাৰা ঘৰত থকা যুৱক জন নিশা অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমনৰ বলি হয় । গুৰুতৰভাৱে আঘাতপ্ৰপ্ত খংগ্ৰাহক পুৱা স্থানীয় ৰাইজে মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি সমীপৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰায় যদিও যুৱক জনৰ অৱস্থা অধিক সংকটজনক হোৱাৰ বাবে পিছত  AIIMS ত   ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি জনায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here