দেশত মুকলি হল ৭৫ টকীয়া মুদ্ৰা

0
110

দেশত মুকলি হল ৭৫ টকীয়া মুদ্ৰা

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰে ৭৫টকীয়া মুদ্ৰা। Food and Agriculture Organizationৰ ৭৫বছৰীয়া বৰ্ষপূতিৰ সৈতে সংগতি ৰাখি মুকলি কৰে এই মুদ্ৰা।এই অনুষ্ঠানত বক্তব্যত প্ৰধানমন্ত্ৰীয়ে বিশ্ব খাদ্য দিৱসৰ কথা উল্লেখ কৰি সকলোকে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয়, সকলোকে মই শুভকামনা জ্ঞাপন কৰিছো। সমগ্ৰ বিশ্বত পুষ্টিহীনতা দূৰ কৰাৰ উদ্দেশ্য যিসকলে কাম কৰি আছে সকলোকে জনাইছো ধন্যবাদ।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here