Wednesday, March 22, 2023
HomeAssameseদেওবাৰৰ Mann Ki Baat -ৰ শ্ৰৱণ কাৰ্যসূচীত অংশ ল'ব মুখ্যমন্ত্রী হিমন্ত বিশ্ব...

দেওবাৰৰ Mann Ki Baat -ৰ শ্ৰৱণ কাৰ্যসূচীত অংশ ল’ব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা

দেওবাৰৰ Mann Ki Baat -ৰ শ্ৰৱণ কাৰ্যসূচীত অংশ ল’ব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা

কাইলৈ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীৰ সম্প্ৰচাৰিত ‘Mann Ki Baat’ অনুষ্ঠানৰ এক ভাৰ্চুৱেল শ্ৰৱণ কাৰ্যসূচীত অংশ ল’ব অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। উক্ত ভাৰ্চুৱেল শ্ৰৱণ কাৰ্যসূচীত জিয়াজুৰি ভৱন, জুৰিপাৰা, ৰাজধানী মণ্ডল, দিচপুৰ এলএচিৰ বুথ নং ১৭১-ৰ পৰা অংশ ল’ব মুখ্যমন্ত্রী গৰাকীয়ে।

Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments