দুলু চাহ বাগিচাৰ পাছত এইবাৰ দুলীয়াজানৰ শান্তি চাহ বাগিচাত চাহ গছ উচ্ছেদ কৰিব অইল ইণ্ডিয়া লিমিটেডে | প্ৰায় ২২ বিঘা মাটিত চাহ গছ উচ্ছেদ কৰি স্থাপন কৰিব তৈল ক্ষেত্র |ইয়াৰ পৰিপেক্ষিতত সোমবাৰে আটছা, চাহ মজদুৰ সংঘ আৰু বাগিচাৰ শ্ৰমিকে অইলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে | অইলে বাগিচা উচ্ছেদ অভিযান বন্ধ কৰিবলৈ দাবী অন্যথা ভয়ংকৰ আন্দোলনৰ হুংকাৰ ।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News