Friday, March 24, 2023
HomeAssameseদিল্লী বিমান বন্দৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ মৰণাস্ত্ৰ

দিল্লী বিমান বন্দৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ মৰণাস্ত্ৰ

দিল্লী বিমান বন্দৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ মৰণাস্ত্ৰ

বুধবাৰে ৰাজধানী দিল্লীৰ বিমান বন্দৰৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ মৰণাস্ত্ৰ। ভিয়েটনামৰ পৰা দিল্লীলৈ অহা বিমানৰ পৰা উদ্ধাৰ এই বৃহৎ পৰিমাণৰ মৰণাস্ত্ৰ। দিল্লীৰ বিমান বন্দৰত অৱতৰণ কৰা বিমানখনৰ এগৰাকী যাত্ৰীৰ বেগৰ পৰা উদ্ধাৰ ৪৫টা পিষ্টল। এই অস্ত্ৰসমূহ ভিয়েটনাম বিমান বন্দৰৰ পৰা কেনেকৈ দিল্লীলৈ আনিব পাৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। যাত্ৰী গৰাকীক আতক কৰি জেৰা আৰম্ভ কৰিছে আৰক্ষীয়ে।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments