দিল্লীত NRC ৰ সন্দৰ্ভত বৈঠক

0
793
NATIONAL DESK NE INDIA: NRC ৰ সন্দৰ্ভত দিল্লীত অনুস্থিত হ’ব এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকখন অনুস্থিত হ’ব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ত৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুস্থিত হ’বলগীয়া বৈঠকখনত NRC ৰ সম্পৰ্কে আলোচনা হ’ব ৷ উল্লেখ্য যে,বৈঠকখনত উপস্থিত থাকিব NRC ৰ সমন্বয়ক প্ৰতীক হাজেলাৰ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here