দিল্লীত ছাৰ্জিল ইমাম

0
443

দিল্লীত ছাৰ্জিল ইমাম 

বিহাৰৰ জাহানবাদত চাৰি দিনৰ অভিযানত গ্ৰেপ্তাৰ হোৱা চাৰ্জিল ইমামক দিল্লীলৈ লৈ অনা হয়। আজি বিয়লি দিল্লীৰ আদালতত হাজিৰ কৰোৱা হ’ব চাৰ্জিলক। ট্ৰানজিত ৰিমাণ্ডত লৈছে দিল্লী আৰক্ষীয়ে। অসম চৰকাৰেও নিজাববিয়াকৈ গোচৰ ৰুজু কৰিছে। অসম আৰক্ষীয়েও ছাৰ্জিল ইমামক জিম্মাত বিচাৰিব। আৰম্ভ কৰিছে সকলো প্ৰক্ৰিয়া। দেশৰ পৰা অসমক বিছিন্ন কৰাৰ ষড়যন্ত্ৰত গ্ৰেপ্তাৰ কৰা হৈছে ছাৰ্জিল ইমামক ।
National Desk, NE India 

LEAVE A REPLY

Please enter your comment!
Please enter your name here