Sunday, November 27, 2022
HomeAssameseদিনজানত আন্ত: চাহ বাগিচা শ্বিল্ড প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা-২০২২ 

দিনজানত আন্ত: চাহ বাগিচা শ্বিল্ড প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা-২০২২ 

দিনজানত আন্ত: চাহ বাগিচা শ্বিল্ড প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা-২০২২ 

অসম চাহ জনজাতি ছাত্ৰ সন্থাই সমগ্ৰ অসমৰ ভিন্ন প্ৰান্তৰ গাওঁ লাইন সমূহত ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে,তাৰ সমান্তৰাল ভাবে গুইজান অঞ্চলৰ দিনজান চাহ বাগিচাত ১১ অক্টোবৰৰ পৰা আৰম্ভ হল আন্ত: চাহ বাগিচা শ্বিল্ড প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা।।

অসমৰ গাঁও , চাহ বাগিছাৰ লাইন সমূহত বহু প্ৰতিভাবান খেলুৱৈ আছে যি সকল খেলুৱৈৰ প্ৰতিভা এক নিৰ্দিষ্ট মঞ্চ নোপোৱাৰ বাবে সুপ্ত হৈ আছে।

এই খেলুৱৈ সকলক এক মঞ্চ প্ৰদান কৰাৰ বাবে চাহ জনজাতি ছাত্ৰ সন্থাৰ এনে পদক্ষেপে সহায় কৰিব বুলি আশা প্ৰকাশ কৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয় ববিয়াই।

দিনজান ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা, দিনজান যুৱক সংঘ, অসম চাহ কৰ্মচাৰী সংঘ, অসম চাহ মজদুৰ সংঘ আৰু দিনজান চাহ বাগিছা শ্ৰমিক ৰাইজৰ সহযোগত দিনজান চাহ বাগিছাৰ খেলপথাৰত ১১ অক্টোবৰৰ পৰা উক্ত খেল খনি আৰম্ভ হয় ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments