দশম শ্ৰেণী উত্তীৰ্ণ সকলৰ বাবে সুখবৰ

0
612

দশম শ্ৰেণী উত্তীৰ্ণ সকলৰ বাবে সুখবৰ

NEWS DESK: চৰকাৰী চাকৰি বিচাৰি থকা সকলৰ বাবে সুখবৰ। দিল্লী স্থিত DSSSB ত পদ খালী। ফায়াৰ অপাৰেটৰ পদৰ বাবে বিচৰা হৈছে আৱেদন।

পদৰ নাম- ফায়াৰ অপাৰেটৰ

পদৰ সংখ্যা- ৭০৬

শিক্ষাগত অৰ্হতা- দশম শ্ৰেণী উত্তীৰ্ণ

আৱেদনকাৰীৰ বয়সৰ সীমা:
নূন্যতম- ১৮
উৰ্দ্ধতম- ২৭

আৱেদনৰ তাৰিখ- ৭ অক্টোৱৰ

আৱেদনৰ অন্তিম তাৰিখ- ৬ নৱেম্বৰ

সবিশেষ জানিবলৈ যোগাযোগ কৰক
dsssb.delhi.gov.in/dsssbonline.nic.in ৱেবচাইটত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here