দশম শ্ৰেণী উত্তীৰ্ণ সকলৰ বাবে সুখবৰ
NEWS DESK: চৰকাৰী চাকৰি বিচাৰি থকা সকলৰ বাবে সুখবৰ। দিল্লী স্থিত DSSSB ত পদ খালী। ফায়াৰ অপাৰেটৰ পদৰ বাবে বিচৰা হৈছে আৱেদন।
পদৰ নাম- ফায়াৰ অপাৰেটৰ
পদৰ সংখ্যা- ৭০৬
শিক্ষাগত অৰ্হতা- দশম শ্ৰেণী উত্তীৰ্ণ
আৱেদনকাৰীৰ বয়সৰ সীমা:
নূন্যতম- ১৮
উৰ্দ্ধতম- ২৭
আৱেদনৰ তাৰিখ- ৭ অক্টোৱৰ
আৱেদনৰ অন্তিম তাৰিখ- ৬ নৱেম্বৰ
সবিশেষ জানিবলৈ যোগাযোগ কৰক
dsssb.delhi.gov.in/