অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দিনজান শাখাই দিনজান আৰু গুইজান পথ সংযোগী দলং নিৰ্মাণৰ নামত আজি পৰ্যন্ত হোহোকা পিচলা নীতি গ্ৰহণ কৰাত ক্ষোভিত হৈ পৰিছে।২০১৮ চনতে লোকসভাৰ সাংসদ প্ৰদান বৰুৱা আৰু তেতিয়াৰ চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই দলং খনৰ কাম আনুস্থানিক ভাৱে আৰম্ভ কৰাৰ পিছটো চাৰি বছৰে কোনো ধৰণৰ কাম নোহোৱাত স্থানীয় লোক সকলৰ লগতে দল সংগঠনে বৰ্তমানৰ বিধায়ক জনক ক্ষীপ্ৰতাৰে দলংৰ কাম সম্পাদন কৰিবলৈ দাবী জনাইছে।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News