ত্ৰিপুৰা গাওঁ পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ বৃহৎ বিজয়

0
967

NEWS DESK NE INDIA : ত্ৰিপুৰাত অনুস্থিত হোৱা গাওঁ পঞ্চায়ত আৰু পঞ্চায়ত সমিতিৰ নিৰ্বাচনত বৃহৎ সংখ্যক আসনত বিজয় সাব্যস্ত  কৰিছে শাসনাধীন বিপ্লৱ কুমাৰ দেৰ বিজেপি দলে। প্ৰায় ৯৬ শতাংশতকৈ অধিক আসনত বিনা প্ৰতিদ্বন্দ্বীতা অৱিহনে বিজয় লাভ কৰে গেৰুৱা দলটোৱে। অন্যহাতে ৰাজ্যখনৰ ১৮ খনকৈ জিলা পৰিষদৰ আটাইবোৰ আসনটো নিজৰ জয় নিশ্চিত কৰে দলটোৱে। উল্লেখযোগ্য যে, ৰাজ্য নিৰ্বাচন আয়োগৰ এজন বিষয়াই জনোৱা তথ্য অনুসৰি ত্ৰিপুৰা ৰাজ্যত ৩০ ছেপ্তেম্বৰৰ দিনটোত অনুস্থিত হ’ব ৩৩৮৬ খনকৈ আসনত উপ-নিৰ্বাচন। যাৰ ভিতৰত ৩২০৭ খন হৈছে গাওঁ পঞ্চায়ত । তাৰোপৰি ৰাজ্যখনত ১৬১ পঞ্চায়ত কমিতি তথা ১৮ খন জিলা পৰিষদৰ আসনো অন্তৰ্ভুক্ত আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here