ত্ৰিপুৰা আৰক্ষীয়ে জব্দ কৰিলে অবৈধ তেল পৰিবাহী বাহন

0
1030

 

ত্ৰিপুৰা আৰক্ষীয়ে জব্দ কৰিলে অবৈধ তেল পৰিবাহী বাহন
ত্ৰিপুৰাৰ নতুন চৰকাৰে শাসনভাৰ লোৱাৰ পিচতেই , তৎপৰতা পৰিলক্ষিত হৈছে আৰক্ষী বিভাগত । স্বচ্চ আৰু কাৰ্যক্ষম প্ৰশাসনৰ গঢ়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেই প্ৰতিখন জিলাৰ আৰক্ষীৰ বিযয়াৰে বৈঠক অনুষ্টিত কৰিছে । মুখ্যমন্ত্ৰীৰ সক্ৰিয়তাত আৰক্ষী বিভাগ সস্তম হৈ উঠিবলৈ বাধ্য হৈছে ।
আৰক্ষীৰ এই তৎপৰতাৰ ফলশ্ৰুতিত বিগত দিনকেইটাত চোৰাং কাৰবাৰীৰ ব্যৱসায়ত যথেষ্ট বাধা আহিছে ।
তেনে সক্ৰিয়তাৰ ফলতেই , অসমৰ পৰা ত্ৰিপুৰালৈ চোৰাং ভাৱে তেল সৰবৰাহ কৰা বাহন আটক কৰিলে ত্ৰিপুৰা আৰক্ষীয়ে ।

 

(প্ৰণত কুমাৰ চান্দ , ত্ৰিপুৰা Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here