ত্ৰিপুৰাৰ মোহনপুৰত বাওঁ‌পন্থী কেডাৰৰ গুলীচালনা 

0
1143

 

ত্ৰিপুৰাৰ মোহনপুৰত বাওঁ‌পন্থী কেডাৰৰ গুলীচালনা 
ঘটনাটো বুধবাৰৰ । মোহনপুৰ বজাৰৰ ব্যৱসায়ী হৰেকৃষ্ণ সাহা পুত্ৰ সুজিত সাহাই , সামন্য এক কথা কটাকটিৰ ঘটনাৰ পিচতেই বন্দুকেৰে শূন্যলৈ গুলীচালনা কৰে । উল্লেখযোগ্য যে সুজিত সাহা বাওঁ‌পন্থী দলৰ এগৰাকী কৰ্মী। বজাৰৰ মাজত এনেকৈ অস্ত্ৰৰ মুকলি প্ৰদৰ্শনে ভীত সন্ত্ৰস্ত কৰি তুলিছে স্থানীয় বাসিন্দাক । পিচত আৰক্ষীয়ে ৯ এম এম পিস্তল আৰু ৬ জাই সজীৱ গুলিসহ অভিযুক্ত সুজিত সাহাক আটক কৰে ।

(প্ৰণত কুমাৰ চান্দ , ত্ৰিপুৰা Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here