ত্ৰিপুৰাত সম্পূৰ্ণ লকডাউন ঘোষণা

0
227

ত্ৰিপুৰাত সম্পূৰ্ণ লকডাউন ঘোষণা

সোমবাৰৰ পৰা ত্ৰিপুৰাত ৩দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা।বিয়লি ভাগৰ পৰা প্ৰযোজ্য হব এই লকডাউন। ক’ৰনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে এই সিদ্ধান্ত। সকলো লোকৰে গৃহবন্দী হৈ থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here