ত্ৰিপুৰাত  প্ৰথমজন ক‍ৰ’নাত আক্ৰান্ত ৰোগী চিনাক্ত  

0
123

ত্ৰিপুৰাত  প্ৰথমজন ক‍ৰ’নাত আক্ৰান্ত ৰোগী চিনাক্ত  

ত্ৰিপুৰাত ক’ৰনা ভাইৰাছত আক্ৰান্ত হোৱা প্ৰথমটো ঘটনা পোহৰলৈ আহিছে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে টুইটাৰ যোগে জনাইছে এই কথা।
ক’ৰনাত আক্ৰান্ত ৪৫ বছৰীয়া মহিলা গৰাকী গোমটি জিলাৰ উদয়পুৰৰ বুলি জানিব পৰা গৈছে।বৰ্তমান ক’ৰনাত আক্ৰান্ত মহিলাগৰাকীক আগৰতলা চৰকাৰী চিকিত্‍সা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here