ত্ৰিপুৰাত ক’ৰনা আক্ৰান্তৰ সংখ্যা ২ জনলৈ বৃদ্ধি

0
103

ত্ৰিপুৰাত ক’ৰনা আক্ৰান্তৰ সংখ্যা ২ জনলৈ বৃদ্ধি

শুকুৰবাৰে ত্ৰিপুৰাত দ্বিতীয় গৰাকী ক’ৰনা পজিটিভি ৰোগী ধৰা পৰে। আক্ৰান্ত ৰোগী গৰাকী মধ্য প্ৰদেশৰ ৩২ বছৰীয়া এগৰাকী ব্যক্তি বুলি জানিবলৈ দিয়ে।
লোক গৰাকীয়ে ত্ৰিপুৰাৰ প্ৰথম গৰাকী ক’ৰনা ৰোগীৰ লগত একেলগে একেখন ৰে’লগাড়ীত ভ্ৰমণ কৰিছিল বুলি মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে উল্লেখ কৰে।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here