তেজপুৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ মুকলি
বুধবাৰে তেজপুৰৰ পৌৰ সভাই এক বিশাল কাৰ্যসূচী হাতত লয়। উক্ত সভাত উপস্থিত থাকে পৌৰ সভাৰ সভানেত্ৰী পুস্পা ডেকা আৰু শোনিতপুৰ জিলা প্ৰশাসনৰ শ্ৰী মানবেন্দ্ৰ প্ৰতাপ সিং দেৱৰ লগতে পৌৰ সভাৰ কাৰ্য্যকৰি সভাপতি আৰু ৰাইজ উপস্থিতিত ঘৰৰ দুৱাৰ মুকলি কৰাৰ লগতে বন্তি প্ৰজ্বলন আৰু সেৱা আগবঢ়াই।

তেজপুৰৰ ৱাৰ্ডকে ধৰি কেইবাটাও গৃহ প্ৰবেশ কৰা হয় আৰু মুকলিভাবে খুলি দিয়া হয় শোনিতপুৰ জিলাৰ প্ৰধানমন্ত্ৰী আবাস যোজনা ২০২০ ।

বিশ্বজিৎ দাস, তেজপুৰ, NE India

বিশ্বজিৎ দাস, তেজপুৰ, NE India