তেজপুৰটো মহাপুৰুষ জনাৰ জন্মোৎসৱ পালন

0
788

“শ্ৰী মন্ত শংকৰ 
সৰ্বগুণা কৰ
জাকেৰি নাহিক উপাম”
বুধবাৰে গোটেই ৰাজ্য জুৰি পালন কৰা হৈছে বৰ অসমৰ খনিকৰ মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ ৰ জন্মোৎসৱ। তদুপলক্ষে সকলো নামঘৰতে মহাপুৰুষ জনাৰ নাম-কীৰ্তন হোৱা পৰিলক্ষিত গৈছে। ঠাই বিশেষে বিভিন্ন অঞ্চলত শোভাযাত্ৰা আদিও দেখা গৈছে। মহাপুৰুষ জনাৰ জন্মোৎসৱ উপলক্ষে অসমৰ আকাশ বতাহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে।

কাবেৰি শইকীয়া বৰা, তেজপুৰ Neindia News

LEAVE A REPLY

Please enter your comment!
Please enter your name here