Thursday, March 30, 2023
HomeAssameseতীব্ৰবেগী বাহনে মহতিয়াই নিলে বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ

তীব্ৰবেগী বাহনে মহতিয়াই নিলে বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ

তীব্ৰবেগী বাহনে মহতিয়াই নিলে বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ

মৰিগাঁওত ভয়ংকৰ দুৰ্ঘটনা। বিগত কেইবাদিনো ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে সমগ্ৰ ৰাজ্যত আৰু ৰাজ্যৰ বহুতো লোক বানপৰিস্থিৰকবলত পৰিছে, আৰু সেই বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ মহতিয়াই লৈ গৈছে তীব্ৰবেগী বাহন খনে।গুৱাহাটীৰ পৰা নগাঁও অভিমুখে গৈ আছিল বাহন খন আৰু এই তীব্ৰবেগী বাহনখনে খুন্দা মাৰে বানাক্ৰান্তৰ আশ্ৰয় শিবিৰটোত। এই ঘনাটনাত বুবুল দাস নামৰ লোক এজনৰ ঠিতাতে মৃত্যু, লগতে বুবুল দাসৰ পৰিয়ালটোৰ ৬ জন লোগ গুৰুতৰ ভাবে আহত ।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments