Sunday, May 28, 2023
HomeAssameseতিনিচুকীয়া ৰেলৱে সুৰক্ষা বাহিনীৰ ড্ৰগছৰ বিৰুদ্ধে সফল অভিযান

তিনিচুকীয়া ৰেলৱে সুৰক্ষা বাহিনীৰ ড্ৰগছৰ বিৰুদ্ধে সফল অভিযান

দেওবাৰে তিনিচুকীয়াৰ হিযুগুৰি স্থিত নিউ তিনিচুকীয়া ৰেলৱে জংচন ত ৰেলৱে সুৰক্ষা বাহিনীয়ে ড্ৰাগছ সৰবৰাহকাৰী এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় । উক্ত ড্ৰাগছ সৰবৰাহ কাৰীৰ নাম ক্ৰমে সুনা ৰঞ্জন চাকমা বয়স 37 বছৰ চাংলাং জিলা অৰুণাচল প্ৰদেশৰ বুলি জানিব পৰা গৈছে । এই অভিযানত ৰেলৱে সুৰক্ষা বাহিনীয়ে দুটা চাবোন বাকচ ৰঙা আৰু নীলা, ১৩.২৯ গ্ৰাম ড্ৰাগছ আৰু ৰঙা ৰঙৰ সৈতে ৪৮ তা খালি সৰু প্লাষ্টিকৰ বটল উদ্ধাৰ কৰা হৈছে ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments