Monday, November 28, 2022
HomeAssameseতিনিচুকীয়া সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ মহাৰজত জয়ন্তী সামৰণি

তিনিচুকীয়া সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ মহাৰজত জয়ন্তী সামৰণি

তিনিচুকীয়া সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ মহাৰজত জয়ন্তী সামৰণি

২০২১ বৰ্ষত ৭৫ বছৰত গৰকা তিনিচুকীয়াৰ সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় খনৰ মহাৰজত জয়ন্তী উপলক্ষে বিগত বছৰৰ পৰা আৰম্ভ হোৱা বছৰজোৰা কাৰ্যসূচীৰ ১৫ আৰু ১৬ অক্টোবৰত দুদিনীয়াকৈ সামৰণি অনুষ্ঠান আয়োজন কৰিছে ৷

সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ উদ্যোগত আৰু প্ৰাক্তন ছাত্ৰী তথা শুভাকাংক্ষী ৰাইজৰ সহযোগত আজিৰে পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বিদ্যালয় খনৰ প্ৰাংগণত আয়োজন কৰা হৈছে।

শনিবাৰে পূৱাৰে পৰা প্ৰথমদিনা কাৰ্যসূচীৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আদিৰে আৰম্ভ হোৱা বিভিন্ন ধৰণৰ কায্যসূচীৰ লগতে এক প্ৰাক্তন ছাত্ৰীসকলৰ এক সভাও আয়োজন কৰে আৰু কাইলৈ দিনত এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰাৰ এক এক সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰিব বুলি জানি দিয়ে অধ্যক্ষা বন্দনা বৰাই ৷

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments