Monday, November 28, 2022
HomeAssameseতিনিচুকীয়া লেখাপানীত দুৰ্বৃত্তৰ গুলীচালনা

তিনিচুকীয়া লেখাপানীত দুৰ্বৃত্তৰ গুলীচালনা

তিনিচুকীয়া লেখাপানীত দুৰ্বৃত্তৰ গুলীচালনা

তিনিচুকীয়া জিলাৰ লেখাপানীত নিশা সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা।

টিপং কলিয়ৰীৰ চাৰ্লিত দুৰ্বৃত্তই এখন দোকানলৈ লক্ষ্য কৰি গুলীচালনা কৰে

গুলীচালনাৰ ফলত ক্ষতিগ্ৰস্ত হয় দোকান ,বাইক লগতে দুকানত থকা এজন যুৱককো আক্ৰমণ কৰে দুৰ্বৃত্তই

গুলীচালনা কৰিয়ে ঘটনা স্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তটোৱে

দুৰ্বৃত্তটোৱে মুখত ক’লা কাপোৰ মাৰি আহিছিল বুলি অভিহিত কৰে স্থানীয় লোকে

এতিয়া সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে উত্তেজনাময় পৰিবেশে

ঘটনা সন্দৰ্ভত লেখাপানী আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে।

ৰন্টু বৰশইকীয়া,তিনিচুকীয়া , Ne India news

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments