Thursday, March 30, 2023
HomeAssameseতিনিচুকীয়া পৌৰসভাৰ কাৰ্য্যলয়ত পৌৰসভাৰ কৰ্মচাৰীৰ প্ৰতিবাদ

তিনিচুকীয়া পৌৰসভাৰ কাৰ্য্যলয়ত পৌৰসভাৰ কৰ্মচাৰীৰ প্ৰতিবাদ

তিনিচুকীয়া পৌৰসভাৰ কাৰ্য্যলয়ত পৌৰসভাৰ কৰ্মচাৰীৰ প্ৰতিবাদ

কাৰ্য্যলয়ত শ্ৰম মন্ত্ৰী সঞ্জয় সঞ্জয় কিষানে পৌৰপতিক অপদস্থ কৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰ লগতে পৌৰসভাৰ পৰিবেশ বিনষ্ট হোৱাৰ অভিযোগ কৰ্মচাৰীসকলৰ ৷

কৰ্মচাৰীসকলে আধাঘণ্টা কৰ্মবিৰতিৰ জৰিয়তে শ্ৰমিকসকলৰ দৰমহা বৃদ্ধি কৰাৰো দাবী উত্থাপন কৰে কৰ্মচাৰীসকলে ৷

তিনিচুকীয়া পৌৰসভাৰ কাৰ্য্যলয়ত পৌৰসভাৰ কৰ্মচাৰীৰ প্ৰতিবাদ
পৰৱৰ্তী সময়ত কৰ্মচাৰীসকলে উপৰোক্ত দাবীসমূহ সমাধানৰ দাবীৰে কায্যবাহী দণ্ডাধীশক এখন স্মাৰকপত্ৰ প্ৰদান কৰে বুলি জানিব দিয়ে ৷

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments