Friday, March 24, 2023
HomeAssameseতিনিচুকীয়া পলিটেকনিক প্ৰাংগণত সুস্থ পৰিৱেশ সৃষ্টিৰ প্ৰয়াসেৰে গছপুলি ৰোপণ 

তিনিচুকীয়া পলিটেকনিক প্ৰাংগণত সুস্থ পৰিৱেশ সৃষ্টিৰ প্ৰয়াসেৰে গছপুলি ৰোপণ 

তিনিচুকীয়া পলিটেকনিক প্ৰাংগণত সুস্থ পৰিৱেশ সৃষ্টিৰ প্ৰয়াসেৰে গছপুলি ৰোপণ 

দেওবাৰে মাকুমত অৱস্থিত তিনিচুকীয়া পলিটেকনিকৰ প্ৰাংগণত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচী অন্তৰ্গত আৰু মুখ্যমন্ত্ৰী প্ৰতিষ্ঠানিক গছপুলি ৰোপণ আঁচনিৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কায্যসূচী ৰূপায়ণ কৰা হয়। এই কায্যসূচী পৰৱৰ্তী 5 বছৰলৈ চলোৱা হব। আজি কায্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা, কেন্দ্ৰীয় উপ সভাপতি দিগন্ত ভট্ট ,কেন্দ্ৰীয় মুখ্য সম্পাদক সংস্কৃতি বিভাগ জিন্টু শইকীয়া, জিলা সভাপতি পৱন বৰুৱা, জিলা উপ সভাপতি ক্ৰমে জীৱন দত্ত, চপন দে, ওৱাজিদ খান জিলা সম্পাদক ৰাজীৱ গগৈ জিলা সহকাৰী সম্পাদক ডিব্ৰু গগৈ উপস্থিত থাকে ।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments