Home Assamese তিনিচুকীয়া দহোতীয়াচুক ৮ নং ৱাৰ্ডৰ পথটি অনুষ্ঠানিক ভাৱে মুকলি

তিনিচুকীয়া দহোতীয়াচুক ৮ নং ৱাৰ্ডৰ পথটি অনুষ্ঠানিক ভাৱে মুকলি

117

শুক্ৰবাৰে তিনিচুকীয়া দহোতীয়াচুক ৮ নং ৱাৰ্ডৰ ১১৭ মিটাৰ দৈঘ্যৰ ৭.৫৯ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ হোৱা পথ ও পকী নলাটো অসম চৰকাৰৰ শ্ৰম দপ্তৰ মন্ত্ৰী সঞ্জয় কিষাণে তিনিচুকীয়া পৌৰ সভাৰ নৱ নিৰ্বাচিত পৌৰপতি জয়ন্ত বৰুৱা প্ৰমুখ্যে কৰি বিভিন্ন জন গণ্য-মান্য ব্যক্তিৰ উপস্থিটিত আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে।
লগতে যোৱা ইংৰাজী ১০-০৬-২০১৫ তাৰিখে পথ দুৰ্ঘটনাত মৃত্যু হোৱা তিনিচুকীয়াৰ ফটো সাংবাদিক অনন্ত দাসৰ নামত এই পথটি নামাকৰণ কৰা হয়।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here