Sunday, November 27, 2022
HomeAssameseতিনিচুকীয়া তুৰিষ্ট গাইড এচচিয়েনৰ বিশ্ব পৰ্যটন দিৱস উদযাপন

তিনিচুকীয়া তুৰিষ্ট গাইড এচচিয়েনৰ বিশ্ব পৰ্যটন দিৱস উদযাপন

তিনিচুকীয়া তুৰিষ্ট গাইড এচচিয়েনৰ বিশ্ব পৰ্যটন দিৱস উদযাপন

আজি বিশ্ব পৰ্যটন দিৱস। সমগ্ৰ বিশ্বৰ লগতে তিনিচুকীয়া জিলাৰ তিনিচুকীয়া তুৰিষ্ট গাইড এচচিয়েনৰ উদ্যোগত মাগুৰি বিল কঁহুৱা ইকো কেম্পত এদিনীয়া বিস্তৃত কায্যসূচীৰে উদযাপন কৰা হৈছে এই দিৱস। মঙলবাৰে পুৱাৰে পৰা পতাকা উত্তোলন,বৃক্ষ ৰোপণ কাৰ্যসূচীৰ লগতে বিশ্ব বিখ্যাত মাগুৰি বিলৰ চৰাই-চিৰিকটি বোৰক পৰ্যটক সকলে কেনেকৈ দৰ্শন কৰিব পাৰি তাৰে সমজুৱাকৈ প্ৰশিক্ষণ দিয়া হয়।
উক্ত অনুষ্ঠানটিত তিনিচুকীয়া তুৰিষ্ট গাইড এচচিয়েনৰ সভাপতি কুশধৰ সোনোৱাল,সম্পাদক বিনন্দ হাতীবৰুৱা প্ৰমুখ্যে কৰি জিলা খনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments