তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যলয়ত বৃক্ষৰোপন কাৰ্যসুচী

11

তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যলয়ত বৃক্ষৰোপন কাৰ্যসুচী

তিনচুকীয়া জিলা উপায়ুক্ত কাৰ্যলয়ত মুখ্যমন্ত্ৰী প্ৰতিষ্ঠানগত কাৰ্যসুচীৰ অধীনত বৃক্ষৰূপোন কাৰ্যসুচী। সোমবাৰে সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী প্ৰতিষ্ঠানগত কাৰ্যসুচীৰ অধীনত এক বৃক্ষৰূপোন কায্যসূচী ৰূপায়ন কৰা হয়। জিলা উপায়ুক্ত নৰ সিং পাৱাৰ গছপুলি ৰোপন আৰম্ভ কৰা এই কাৰ্যসুচীত উপায়ুক্ত কাৰ্যলয়ৰ সকলো চৰকাৰী বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে । এই বৃক্ষৰূপোন কাৰ্যসুচী তিনিচুকীয়া জিলা ৰ সকলো চৰকাৰী কাৰ্যলয়ৰ লগতে বিদ্যালয় সমূহত অহা ১৫ আগষ্ট লৈকে চলি থাকিব বুলি সংবাদ মাধ্যমক জানিব দিয়ে । এই কায্যসূচীৰ জৰিয়তে তিনিচুকীয়া জিলা উপায়ুক্ত নৰ সিং পাৱাৰে সদৌটি ৰাইজলৈ এটি গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায় ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here