Wednesday, May 24, 2023
HomeAssameseতিনিচুকীয়া জিলাত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে তিনিচুকীয়াত ১৪৪ ধাৰা জাৰি জিলা...

তিনিচুকীয়া জিলাত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে তিনিচুকীয়াত ১৪৪ ধাৰা জাৰি জিলা প্ৰশাসনৰ

এতিয়াৰে পৰা জিলা প্ৰশাসনৰ অনুমতি অবিহনে পাঁচজনতকৈ অধিক লোক সমবেত হোৱা , জিলা প্ৰশাসনৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰশাসনৰ ।

ইফালে ৰাজহুৱা স্থানত উচ্চ স্বৰত মাইক বজোৱা , ৰাজহুৱা স্থানত লাঠি , অস্ত্ৰ লৈ থকা , জোঁৰ সমদল বাহিৰ কৰা বলপূৰ্বক চাণ্ডা সংগ্ৰহ কৰা আদিৰ ক্ষেত্ৰতো নিশেধাজ্ঞা প্ৰশাসনৰ ।

১৪৪ ধাৰা চলি থকাৰ সময়ত কোনো লোকে ভংগ কৰিলে ভাৰতীয় দণ্ডবিধি অনুসৰি ১৮৮ ধাৰাৰে দণ্ডিত হ’ব বুলিও স্পষ্টকৈ উল্লেখ কৰিছে জিলা দণ্ডাধীশ নাৰছিং পৱাৰৰ দ্বাৰা স্বাক্ষৰিত নিৰ্দেশনা পত্ৰখনত ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments