তিনিচুকীয়াৰ গুইজানৰ বৃহত্তৰ অঞ্চল এতিয়া বানৰ কবলত

8

তিনিচুকীয়াৰ গুইজানৰ বৃহত্তৰ অঞ্চল এতিয়া বানৰ কবলত

সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়াৰ গুইজানৰ বৃহত্তৰ অঞ্চল এতিয়া বানৰ কবলত।

গুইজান খামটি গোৱালী কয়লা পথাৰ গাঁৱত এতিয়া গড়া খহনীয়াই সৃষ্টি কৰিছে তাণ্ডৱ।

কিছুদিন মুখলধাৰ বৰষুণৰ ফলত ডিব্ৰু নৈৰ বাঢ়নী পানীয়ে বৃহত্তৰ গুইজানৰ কেইবাখনো গাঁও প্লাৱিত কৰাৰ লগতে,বান গড়া খহনীয়াও কাল ৰূপ ধাৰণ কৰিছে।

নৈৰ কাষৰীয়াৰ অস্থায়ী বাসগৃহ সমূহ এতিয়া নিৰাপদ স্থান বিচাৰি সেই ঠাইৰ পৰা আঁতৰি যোৱাৰ পৰিলক্ষিত হৈছে।

বৰ্তমান ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি কৰাৰ লগতে মুখ্যমন্ত্ৰীলৈ সহায়ৰ হাত আহ্বান।

LEAVE A REPLY

Please enter your comment!
Please enter your name here