তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছ্ বিৰোধী অভিযান অব্যাহত
তিনিচুকীয়াৰ হোটেল মেট্ৰ’ত অভিযান চলাই দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ।
আটকাধীন দুই ক্ৰমে জয়পুৰৰ শ্ৰী কেশব গগৈ, বয়স ৪২বছৰ আৰু নামৰূপৰ শ্ৰী পলাশ বৰা উৰফে নিঞ্জা, বয়স ৩২ বছৰ ।
দুয়োকে আটক কৰাৰ সময়ত হোটেল মেট্ৰ’ৰ ৰুম নং ১০৬ৰ পৰা ৫.৫ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন, নগদ ৯৫,০০০/- টকা, ১০ টা ১মিলি চিৰিঞ্জ, এখন AS06AF1799 নম্বৰৰ এভেঞ্জাৰ মটৰ চাইকেল , তিনিটা মোবাইল জব্দ কৰে আৰক্ষীয়ে ।