Sunday, March 26, 2023
HomeAssameseতিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত আধুনিক গীত আৰু লোক সংগীতৰ কৰ্মশালাৰ...

তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত আধুনিক গীত আৰু লোক সংগীতৰ কৰ্মশালাৰ সামৰণি

তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত আধুনিক গীত আৰু লোক সংগীতৰ কৰ্মশালাৰ সামৰণি

তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সাতদিনীয়া বিনামূলীয়া আধুনিক গীত আৰু লোক সংগীতৰ কৰ্মশালাৰ সামৰণি ৷ অনাতাঁৰ শিল্পী পুৰ্ণেন্দু দাস আৰু ডলী গগৈ বৰুৱাই বিশেষ প্ৰশিক্ষক হিচাপে উপস্থিত থাকি তেওলোকৰ সহশিল্পীসকলৰ সহযোগত বৰগুৰি গাঁও পঞ্চায়তৰ সভাকক্ষত প্ৰদান কৰে প্ৰশিক্ষণ ৷ প্ৰশিক্ষণত স্থানীয় ভালেসংখ্যক কণ কণ ছাত্ৰছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহন কৰাৰ পাছতে আজি একোখনকৈ প্ৰশিক্ষণ গ্ৰহণ কৰা পত্ৰৰে সামৰণি মাৰে ৷ প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত জিলা আছুৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই, স্থানীয় কেইবাগৰাকীও গণ্যমান্য ব্যক্তিৰ লগতে আছুৰ সদস্য-সদস্যাসকল উপস্থিত থাকে ৷

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments