বিদ্যুস্পৃষ্ট হৈ ৯ বছৰীয়া এটি কিশোৰ মৃত্যু।
ঘটনা শনিবাৰে সন্ধ্যা তিনিচুকীয়া ৰেলৱেই কলনীস্থিত হিন্দু মিলন মন্দিৰ নামৰ এটা অনাথ আশ্ৰমত পূৰ্ণিমাৰ উপলক্ষে পূজা-পাঠ চলি থকা মাজতে আশ্ৰম খনৰ চুমুন কৰ্মকাৰ নামৰ এটি ৯ বছৰীয়া কিশোৰ বিদ্যুস্পৃষ্ট হয়।
বিদ্যুস্পৃষ্ট হোৱা কিশোৰটিক ততাতৈয়াকৈ তিনিচুকীয়াস্থিত চিটি হস্পিতেল নিয়ে যদিও চিকিৎসকে কিশোৰটি মৃত বুলি ঘোষণা কৰে।
কিশোৰটি মৃত্যুত এতিয়া আশ্ৰমখনত শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে।
ৰন্টু বৰশইকীয়া,তিনিচুকীয়া,Ne India News