বৃহস্পতি বাৰে নিশা হিজুগুৰিৰ এটা ভাৰাঘৰত এক গোপন খৱৰৰ ভিত্তিত আৰক্ষীয়ে চলাই এক অভিযান ৷
অভিযানৰ সময়ত এজন লোকক ড্ৰাগজসহ আটক কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া আৰক্ষী৷
আটকাধীন যুৱকজন নগাঁৱৰ আবুজ শ্যামা ৷
ইতিমধ্যে হিজুগুৰি আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ৷
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News