তিনিচুকীয়াৰ হিজুগুৰিত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান

60

বৃহস্পতি বাৰে নিশা হিজুগুৰিৰ এটা ভাৰাঘৰত এক গোপন খৱৰৰ ভিত্তিত আৰক্ষীয়ে চলাই এক অভিযান ৷

অভিযানৰ সময়ত এজন লোকক ড্ৰাগজসহ আটক কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া আৰক্ষী৷

আটকাধীন যুৱকজন নগাঁৱৰ আবুজ শ্যামা ৷

ইতিমধ্যে হিজুগুৰি আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ৷

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here