Sunday, March 19, 2023
HomeAssameseতিনিচুকীয়াৰ লাইপুলিত থলুৱা ভাৱে উৎপাদিত সামগ্ৰীৰ বিপনি কেন্দ্ৰ মুকলি

তিনিচুকীয়াৰ লাইপুলিত থলুৱা ভাৱে উৎপাদিত সামগ্ৰীৰ বিপনি কেন্দ্ৰ মুকলি

অসম চাহ জনজাতি ছাত্র সন্থা আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ যৌথ উদ্যোগত ধৰ্ণা কায্যসূচী।সোমবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি মহিলা সমিতি তিনিচুকীয়া জিলা সমিতিৰ যৌথ উদ্যোগত জিলা কাৰখানা পৰিদৰ্শকালয় কায্যালয়ৰ সন্মুখত ২ ঘন্টিয়া ধৰ্ণা কায্যসূচী ৰূপায়ন কৰে । ডিব্ৰুগড় জিলাৰ লেপেটকতা চাহ বাগিচাৰ শ্ৰমিক মইনা নায়ক আৰু তালাপ চাহ বাগিচাৰ বিনোদ মিঞ্জক পৰিয়ালক মালিকপক্ষই উচিত ক্ষতিপূৰণ প্ৰদান নকৰা আৰু লগতে প্ৰত্যেক চাহ ফেক্টৰী তথা কল কাৰখানাত নিয়োজিত শ্ৰমিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত উক্ত ধৰ্ণা কায্যসূচীৰ জৰিয়তে শ্ৰম বিভাগ তথা মালিকপক্ষক অতিশীঘ্ৰেই দুয়োগৰাকী শ্ৰমিকৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনায়।


ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments